Dhanjit Bixwax
2012
* পৃথিৱীত এটা এনেকুৱা কৰ্ম নাই যি কৰ্মৰ উপাই নাই। উপাই নোহোৱা কৰ্ম একো নাই।
* পৃথিৱীত বহুত জগা আছে। তাতকৈ বেছি জগা আছে মগুজত।
2013
* ভালে এটা নতুন কাল আনে।
* পেট ভৰাই ভাল নালাগে। ভাল লাগে মুখৰ সোৱাদেৰে। ঠিক তেনেদৰে বেয়া কৰ্মত একো কষ্ট নহয়।
* পৃথিৱীত আটাইতকৈ ডাঙৰ ভুল কাম হল মানুহক হত্যা কৰা।

Comments
Post a Comment