Dhanjit Bixwax
2012 * পৃথিৱীত এটা এনেকুৱা কৰ্ম নাই যি কৰ্মৰ উপাই নাই। উপাই নোহোৱা কৰ্ম একো নাই। * পৃথিৱীত বহুত জগা আছে। তাতকৈ বেছি জগা আছে মগুজত। 2013 * ভালে এটা নতুন কাল আনে। * পেট ভৰাই ভাল নালাগে। ভাল লাগে মুখৰ সোৱাদেৰে। ঠিক তেনেদৰে বেয়া কৰ্মত একো কষ্ট নহয়। * পৃথিৱীত আটাইতকৈ ডাঙৰ ভুল কাম হল মানুহক হত্যা কৰা।